الْحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَٰذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلَا قُوَّةٍ
অৰ্থ
সকলো প্ৰশংসা আল্লাহৰ, যিজনে মোক এইখিনি খুৱালে আৰু মোৰ ফালৰ পৰা কোনো সামৰ্থ্য বা শক্তি অবিহনে মোক এয়া দান কৰিলে।
উচ্চাৰণ
আলহামদু লিল্লাহিল্লাযী আত'আমানী হাযা ৱা ৰাযাকানীহি মিন গাইৰি হাওলিন মিন্নী ৱা লা কুৱাহ।
উৎস: আত-তিৰমিযী, 3458 · আবু দাউদ, 4023
