بِسْمِ اللَّهِ، تَوَكَّلْتُ عَلَى اللَّهِ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ
অৰ্থ
আল্লাহৰ নামেৰে। মই আল্লাহৰ ওপৰত ভৰসা কৰিলোঁ। আল্লাহৰ সহায়ৰ বাহিৰে কোনো সামৰ্থ্য আৰু শক্তি নাই।
উচ্চাৰণ
বিছমিল্লাহি, তাৱাক্কালতু আলাল্লাহ, ৱা লা হাওলা ৱা লা কুৱাতা ইল্লা বিল্লাহ।
উৎস: আবু দাউদ, 5095
