يَهْدِيكُمُ اللَّهُ وَيُصْلِحُ بَالَكُمْ
অৰ্থ
আল্লাহে তোমালোকক সৎ পথ দেখুৱাওক আৰু তোমালোকৰ অৱস্থা ভাল কৰি দিয়ক!
উচ্চাৰণ
ইয়াহদীকুমুল্লাহু ৱা ইউছলিহু বালাকুম!
উৎস: আল-বুখাৰী, 6224
এই ক্ৰমত পঢ়া হয়
- হাঁচি মাৰিলে কোৱা দোৱা
- হাঁচি মৰাজনক উত্তৰ
- হাঁচি মৰাজনৰ উত্তৰ
