رَبِّ ارْحَمْهُمَا كَمَا رَبَّيَانِي صَغِيرًا
অৰ্থ
হে মোৰ প্ৰতিপালক, তেওঁলোক দুয়োজনৰ ওপৰত দয়া কৰা, যেনেকৈ তেওঁলোকে মোক সৰুতে লালন-পালন কৰিছিল।
উচ্চাৰণ
ৰাব্বিৰ হামহুমা কামা ৰাব্বায়ানী ছাগীৰা।
উৎস: কোৰআন, 17:24