بِسْمِ اللَّهِ، اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الْخُبُثِ وَالْخَبَائِثِ
অৰ্থ
আল্লাহৰ নামেৰে। হে আল্লাহ, মই পুৰুষ আৰু নাৰী চয়তানৰ পৰা তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ।
উচ্চাৰণ
বিছমিল্লাহ। আল্লাহুম্মা ইন্নী আঊযু বিকা মিনাল খুবুছি ৱাল খাবাইছ।
উৎস: আল-বুখাৰী, 142 · আত-তিৰমিযী, 606
